২৪ অক্টোবৰত হ'ব LP - UP টেট পৰীক্ষা। কোনে কোনে কৰিব পাৰিব আৱেদন? এই পদ্ধতিত হব পৰীক্ষা ।
অসম টেট ২০২১ (Assam TET 2021)
ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আহিল এক ভাল খবৰ। ৰাজ্যৰ শিক্ষা বিভাগে পুনৰ প্ৰকাশ কৰিলে শিক্ষকৰ পদৰ বাবে বিশেষ পৰীক্ষাৰ (Teacher Eligibility Test) । ইচ্ছুক প্ৰাৰ্থীয়ে খালী পদ সমূহৰ পৰীক্ষাৰ বাবে আৱেদন কৰোতে ৭ টা জ'নৰ ভিচৰত নিৰ্বাচন কৰিব লাগিব।
খালী পদ সমূহৰ বাবে শিক্ষাগত অৰ্হতা (Educational Qualification) -
🔹 নিম্ন প্ৰাথমিকৰ বাবে (LP TET) -
প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিকত (HS) অতি কমেও ৫০ শতাংশ নম্বৰসহ উৰ্ত্তীন হব লাগিব। লগতে বি এড বা ডি এল এড (B. Ed or D. El. Ed) কৰাটো বাধ্যতামূলক।
🔹 উচ্চ প্ৰাথমিকৰ বাবে (For UP TET) -
প্ৰাৰ্থীসকল স্নাতক (Bachelor Degree), হোৱাটো বাধ্যতামূলক। লগতে দুবছৰীয়া বি এড (B. Ed) বা ডি এল অড (D. El. Ed) ডিগ্ৰী কৰা হব লাগিব।
🔹 পৰীক্ষাৰ পাঠ্যক্ৰম (Syllabus of Exam)
প্ৰথম কাকত (Paper I) - বস্তুনিষ্ঠ প্ৰশ্ন- Child Development and Pedalogy, Language (Assamese, Bengali, Hindi, Bodo, Manipuri, Garo, Karbi, Hmar), Language II- (English), Mathematics, Environmental Studies.
প্ৰতিটো শিতানত ৩০ নম্বৰকৈ থাকিব আৰু সৰ্বমুঠ ১৩০ নম্বৰৰ পৰীক্ষা হব ।
🔹 যি সকলে উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হ'ব (For those who will appear in UP TET)
তেওঁলোকৰ বাবে দ্বিতীয় কাকত থাকিব (Paper II) -
For Mathematics and Science Teacher: Mathematics and Science- 60 Marks
For Social Studies Teacher- Social Studies-60 Marks.
🔹 আৱেদনৰ প্ৰক্ৰিয়া - অনলাইন (online Mode)
🔹 আবেদন প্ৰক্ৰিয়া আৰম্ভ (Starting date of Application) - ১৫ ছেপ্তেম্বৰ, ২০২১
🔹 আবেদনৰ অন্তিম তাৰিখ (Last date of Apply) - ২৫ ছেপ্তেম্বৰ, ২০২১
🔹 ই-এডমিট কাৰ্ড ইছ্যু (Date of Admit Card release) - ১০ অক্টোবৰ, ২০২১
🔹 পৰীক্ষাৰ তাৰিখ (Date of Exam) - ২৪ অক্টোবৰ, ২০২১
Related Search
Assam TET
Assam LP TET 2021
Assam UP TET 2021
Assamcareer.com tet 2021 online apply